পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত বিক্ৰী নৱজাতক। খোদ ককাক আবেদ আলীয়ে বিক্ৰী কৰিলে সন্তান। বকোৰ এটা চক্ৰৰ হাতত বিক্ৰী শিশুটি। পিতৃ-মাতৃৰ অজ্ঞাতে বিক্ৰী কন্যা সন্তানটি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...

মেলবৰ্ণ মাৰাথনত এলিউড কিপচ’গেৰ চমক, ভংগ কৰিলে দৌৰৰ পূৰ্বৰ অভিলেখ

দুবাৰৰ অলিম্পিক চেম্পিয়ন কেনিয়াৰ তাৰকা দৌৰবিদ এলিউড কিপচ’গেৰ দুৰ্দান্ত...

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...