উত্তেজিত লোকে মৰিয়াই মৰিয়াই নিধন কৰিলে নাহৰফুটুকী

ডিব্ৰুগড়ৰ লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা। উত্তেজিত লোকে মৰিয়াই নিধন কৰিলে নাহৰফুটুকী। দুজনকৈ লোকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোে। ঘটনাৰ পিছতে ক্ষোভিত লোকে খেদি খেদি নিধন কৰিলে নাহৰফুটুকীটো একাংশই কাটি লৈ যায় বাঘটোৰ নখ, দাঁত, নেজ আদি। শৰৎ সন্দিকৈ,পলাশ গগৈ নামৰ দুজনক আক্ৰমণ নাহৰফুটুকীৰ। সংকটজনক অৱস্থাত দুয়োকে AMCHত ভৰ্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...