ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। ধিং মহাবিদ্যালয়ৰ অধ্যাপকৰ ঘৰত অঘটন। ধিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটি গাঁওস্তিত বাসগৃহত এই ঘটনা। বাথৰুমত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। ১৯বছৰীয়া ঘাট-মাউৰা যুৱতীগৰাকীৰ মৃত্যুত সৃষ্টি হৈছে ৰহস্যৰ। ঘটনাস্থলীত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ যুৱতীগৰাকীৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...