মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত দুই মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজনৰ। মৃত লোকজনৰ নাম কুমুদ দাস। পুৱা ৫ বজাত অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছিল কুমুদ দাস। আহত লোকজনক ততাতৈয়াকৈ পৰিয়ালৰ লোকে লৈ যায় হাস্পতাললৈ। হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰে কুমুদ দাসক। মানসিক ৰোগত আক্ৰান্ত কুমুদ দাস দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি দাবী পিতৃ বলোৰাম দাসৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...