চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ। বিচনাতেই অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বৃদ্ধাগৰাকীৰ মৃতদেহ। উল্লেখ্য যে ঘৰটোত অকলে বাস কৰিছিল মহিলাগৰাকীয়ে। বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত চাৰি সন্তান নাছিল মাতৃৰ সৈতে। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। আনফালে ঘটনাৰ পিছতে খোলা অৱস্থাত পোৱা গৈছে ঘৰৰ গেটৰ তলা, যাৰ ফলত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...