কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল
বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ
বৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়ে
বৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনা
ৰাষ্ট্ৰীয় ঘাইপথত সীমাবদ্ধ কৰা হ’ব ৩-৬ চকীয়া গাড়ীৰ চলাচল
পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা
২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ ৩, ৬ বা ততোধিক চকাৰ গাড়ীৰ চলাচল
পুৱা ৯ বজাৰ পৰা আবেলি ৩.৩০বজালৈ সকলোধৰণৰ বাণিজ্যিক বাহনত নিষেধাজ্ঞা
নিষেধাজ্ঞা থাকিব এ. টি. ৰোড, এম.জি. ৰোড, K.LB ৰোড, টাইবুল্লাহ ৰোড,
বি. বৰুৱা ৰোড, জি.এছ. ৰোড আৰু পাঞ্জাবাৰী ৰোডত নিষেধাজ্ঞা
চিটি বাছ সমূহ অকল বাছ ষ্টপেজতহে ৰখাব পাৰিব
ডাবল ত্ৰিপল পাৰ্কিং নিষিদ্ধ
কাইলৈ কেৱল পেৰালেল পাৰ্কিংহে কৰিব পাৰিব
ইউটাৰ্ণসমূহ কেৱল সোঁফালেৰে ল’ব পাৰিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...