গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে এজন বৃদ্ধৰ দেহতো HMPVৰ উপস্থিতি। HMPVত আক্ৰান্ত দুয়োগৰাকী ৰোগী স্বামী-স্ত্ৰী। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন দুয়ো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...