৯০ বছৰ বয়সত সৎসংগৰ মুৰব্বী শ্রীশ্রীঅশোক চক্রৱৰ্তীৰ দেহাৱসান

• সৎসংগৰ মুৰব্বী শ্রীশ্রীঅশোক চক্রৱৰ্তীৰ দেহাৱসান
• আজি পুৱা ৯ বাজি ৪০ মিনিটত ঝাৰখণ্ডৰ দুৰ্গাপুৰত মৃত্যু
• ৯০ বছৰ বয়সত মৃত্যু শ্রীশ্রীঅশোক চক্রৱৰ্তীৰ
• শ্ৰীশ্রী দাদা নামেৰে পৰিচিত আছিল অশোক চক্রৱৰ্তী
• সৎসংগৰ প্রধান আচাৰ্যৰূপে দায়িত্ব গ্রহণ কৰিছিল

• আজি দক্ষিণ দুৰ্গাপুৰ সৎসংগ মন্দিৰৰ চৌহদত হ’ব শেষকৃত্য

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...