অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু

অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু। এপল’ হাস্পতালত মৃত্যুছামিউল হকৰ। শুকুৰবাৰে মাজনিশা কাহিলিপাৰাত নন্দিনীয়ে সংঘটিত কৰিছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ৪ দিনৰ পিছত মৃত্যুৰে হাৰ মানিলে ছামিউলে। উল্লেখ্য যে অতি মেধাসম্পন্ন ছামিউল আছিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ। দিনত পঢ়ি ৰাতি গৈছিল চাকৰি কৰিবলৈ। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাতেই শেষ হৈ গ’ল এটা সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...