ছেঈফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

ছেঈফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ। ছত্তিশগড়ত কৰায়ত্ত আক্ৰমণকাৰীক। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ছেঈফ আলী খান। বান্দ্ৰাৰ বাসগৃহত নিশা আক্ৰান্ত হৈছিল ছেঈফ আলী খান। কেমেৰাত বন্দী হৈছিল ঘাতকৰ ছবি। আকাশ কৈলাশ কানুজিয়া নামৰ ৩১ বছৰীয়া অভিযুক্তক দুৰ্গ ৰে’ল ষ্টেচনত আটক কৰে আৰক্ষীয়ে। মুম্বাই হাওৰা ঝানসী জ্ঞানশ্বৰী এক্সপ্ৰেছেৰে আহিছিল যুৱকজন। বৰ্তমান আৰক্ষীয়ে সোধাপোছা কৰি আছে অভিযুক্ত আকাশক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...