ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ, প্ৰয়োজনত যিকোনো দেশৰ বিৰুদ্ধে চলিব পৰমাণু আক্ৰমণ!

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ। পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ অনুশীলন ৰাছিয়ান বাহিনীৰ। নিউক্লিয়াৰ ষ্ট্ৰেটেজিক গ্ৰুপে চলালে পৰমাণু যুদ্ধৰ অনুশীলন। অনুশীলনত ভাগ ল’লে ৰাছিয়ান নৌ বাহিনীয়েও। আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ। বাৰেণ্টছ সাগৰৰ পৰা নৌবাহিনীয়ে নিক্ষেপ কৰে চিনেভা ICBM। অনুশীলনত ভাগ লয় বায়ু সেনাৰ T-95 বোমাৰু বিমানে। ইয়াৰ লগতে নিক্ষেপ কৰা হয় পাৰমাণৱিক যুদ্ধাস্ত্ৰ বহনকাৰী ক্ৰুজ ক্ষেপণাস্ত্ৰও।

এয়া আছিল ৰাছিয়াৰ প্ৰত্যাক্ৰমণৰ প্ৰস্তুতি। প্ৰয়োজনত যিকোনো দেশৰ বিৰুদ্ধে চলিব পৰমাণু আক্ৰমণ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...