সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনা!

  • সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনা
  • সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ
  • কিয়েভত আকাশমাৰ্গেৰে বোমা নিক্ষেপ ৰাছিয়াৰ
  • মিছাইলেৰে আক্ৰমণ কৰিছে আবাসিক এলেকাত
  • খাৰকিভত প্ৰশাসনিক কাৰ্যালয়ত মিছাইল নিক্ষেপ
  • খাৰকিভৰ প্ৰশাসনিক কাৰ্যালয়, আবাসিক এলেকাত ধাৰাবাহিক বোমা নিক্ষেপ
  • ইউক্ৰেইনৰ অখতিৰ্কা সামৰিক বিমান ঘাটিত ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণ
  • বিমান ঘাটিত সংঘটিত আক্ৰমণত ৭০ ইউক্ৰেইনিয়ান সৈন্য নিহত
  • কিয়েভ আৰু খাৰ্কিভৰ মাজত এই আক্ৰমণ
  • কিয়েভৰ এখন চিকিৎসালয়ত ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণ
  • কিয়েভৰ বৃদ্ধাশ্ৰম, ৰিহেবিলিটেশ্যন চেণ্টাৰতো ৰাছিয়াৰ আক্ৰমণ
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...