কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনাৰ সময়তে অসমত জালত পৰিল ৰোহিংগীয়া, উদ্দেশ্য কি আছিল?

কৰিমগঞ্জৰ বদৰপুৰত ৰোহিংগীয়া শৰণাৰ্থী আটক। জিআৰপি আৰু আৰপিএফৰ যুটীয়া অভিযান। বদৰপুৰৰ পৰা লামডিং অভিমুখী ৰাণী কমলাপতি স্পেচিয়েল ৰে’লত আৰক্ষীৰ তালাচী অভিযানৰ সময়ত আটক কৰে ৰোহিংগীয়া শৰণাৰ্থীক। আটক হোৱা যুৱকজন ম্যানমাৰৰ মামৰা জিলাৰ নালাপাড়া গাঁৱৰ নুৰুল আমিন। ধৃত যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় এটি ফৰেনছিক আই কার্ড। ভাৰত, বাংলাদেশসহ বিভিন্ন ৰাজ্যত বসবাস কৰি আহিছিল যুৱকজন। উত্তৰ প্ৰদেশ হৈ জম্মু-কাশ্মীৰ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি সদৰি কৰিছিল নুৰুল আমিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...