মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

মৰাণৰ ৰাণী পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মধুকৰ মাৰ’দিয়া নামৰ এজন লোকৰ ঘৰত ডকাইতি। ছজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰিছিল মধুকৰৰ ঘৰত। মধুকৰৰ বৃদ্ধ পিতৃ–মাতৃ ঘৰত আছিল ঘটনাৰ সময়ত। বৃদ্ধ দম্পতীয়ে অচিনাক্ত লোক দেখি চিঞৰ–বাখৰ কৰে। সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় মধুকৰ মাৰ’দিয়া। এটা ডকাইতক কৰায়ত্ত কৰে মধুকৰে।

আনফালে পলায়ন কৰে বাকী ৫টা ডকাইতে। CCTVত বন্দী হ’ল সমগ্ৰ ঘটনা। ধৃত ডকাইতটো বৰ্তমান আৰক্ষীৰ জিম্মাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...