তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ পৰা উফৰি পৰি থিতাতে নিহত এগৰাকী ছাত্ৰী৷ মৃত ছাত্ৰীগৰাকীৰ নাম জোতিস্না শইকীয়া। পিতৃৰ সৈতে কলিয়াবৰলৈ গৈ থকা অৱস্থাতে এই ঘটনা। তেজপুৰ মিলনপুৰৰ নিবাসী মৃত জোতিস্না শইকীয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...