ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী বাছৰ খুন্দাত নিহত যুৱক

ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰ হাউলীত তীব্ৰেবেগী বাছৰ খুন্দাত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজন হাউলী গাঁৱৰ অভিজিৎ নাথ। বন্ধুৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাতে বাইকসহ দুয়োজন যুৱককে মহতিয়াই নিয়ে বাছখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন যুৱক। ঘটনাৰ পিছতে যুৱকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে। ঘটনাৰ পিছতে চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...