৫ টকাত চাৰ্জ কৰি চলাব পাৰিব ৫০ কিলোমিটাৰ।মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ থলুৱা বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই চাইকেল। বেম্ব’ ইণ্ডিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই চাইকেল। মাত্ৰ ৫ টকাত চাৰ্জ কৰি চলাব পাৰিব ৫০ কিলোমিটাৰ। অসমক বিশ্বৰ ভিতৰত বেম্ব’ কেপিটেল কৰাৰ সপোন মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীৰ সপোনৰ দিশে আৰু এখোজ আগুৱাই নিব এই প্ৰয়াসে। ছেপ্টেম্বৰ মাহতে অসম ঔদ্যোগিক উন্নয়ন লিমিটেড আৰু বেম্বো ইণ্ডিয়াৰ মাজত হৈছিল এক বুজাবুজি চুক্তি। ছয়গাঁৱত ইতিমধ্যে স্থাপন হোৱা বেম্বো টেকন’ল’জি পাৰ্কত নিৰ্মাণ হ’ব চাইকেলসমূহ । প্ৰতিমাহে ১০০০ কৈ চাইকেল নিৰ্মাণৰ সিদ্ধান্ত বেম্বো ইণ্ডিয়াৰ।ল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাঁহৰ পৰা নিমখ প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীলতাৰ সপোন ডিমৌৰ যুৱকৰ

ডিমৌৰ পানীদিহিঙৰ ধাইবাৰীৰ যুৱক অনিৰুদ্ধ মগৰে বাঁহৰ পৰা প্ৰস্তুত...

দক্ষিণ-কোৰিয়াক হৰুৱাই এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলৰ ঐতিহাসিক স্বৰ্ণ

২০২৬ এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী...