ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, কাক, কি দায়িত্ব?

• কৃষি বিভাগৰ সচিব বিনোদ চেছানক বদলি
• বিনোদ চেছান স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সচিব নিযুক্ত
• AIDS কন্ট্র’ল ছ’চাইটীৰ PDৰ দায়িত্বতো থাকিব চেছান
• অনন্তলাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালক নিযুক্তি
• ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া কুমাৰ পদ্মপাণি বৰা অসমলৈ
•কুমাৰ পদ্মপাণি বৰাক পৰ্যটন বিভাগৰ সচিব ৰূপে নিযুক্তি
• প্ৰশান্ত প্ৰতিম কাঠকটিয়াক পৰ্যটনৰ দায়িত্বৰ পৰা অব্যাহতি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...