ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, কাক, কি দায়িত্ব?

• কৃষি বিভাগৰ সচিব বিনোদ চেছানক বদলি
• বিনোদ চেছান স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সচিব নিযুক্ত
• AIDS কন্ট্র’ল ছ’চাইটীৰ PDৰ দায়িত্বতো থাকিব চেছান
• অনন্তলাল জ্ঞানীক কৃষি বিভাগৰ সঞ্চালক নিযুক্তি
• ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া কুমাৰ পদ্মপাণি বৰা অসমলৈ
•কুমাৰ পদ্মপাণি বৰাক পৰ্যটন বিভাগৰ সচিব ৰূপে নিযুক্তি
• প্ৰশান্ত প্ৰতিম কাঠকটিয়াক পৰ্যটনৰ দায়িত্বৰ পৰা অব্যাহতি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...