বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ। ৫০, ৬০, ৭০ দশকৰ ভাৰতীয় সংগীতৰ এগৰাকী সুকণ্ঠি গায়িকা আছিল তেওঁ। বলীউডৰ বহু হিন্দী ছবিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে। হিন্দীৰ উপৰি মাৰাঠী,বাংলা,উড়িয়াকে ধৰি কেইবাটাও ভাৰতীয় ভাষাত গীত গাইছিল তেওঁ। বহুকেইখন অসমীয়া ছবিৰ জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল তেওঁ।

অসমীয়া ভাষাত কণ্ঠদান কৰা তেওঁৰ গীতসমূহৰ ভিতৰত—-

১) জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ’ল(কাঁ‌চঘৰ)
২) আকাশৰে নীলাই পৃথিৱী সামৰে(পোনাকণ)
৩) অয় অয় আকাশ শুব(প্ৰতিধ্বনি)
৪) ফুলভৰা ফুলনিৰ কিযে মিঠা হাঁ‌হি
৫) অ’ নয়নমণি অ’ নয়নমণি
৬) মিলনৰে এই শুভ ক্ষণ(ভূপেন হাজৰিকাৰ সৈতে)

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...