আঞ্চলিক

বি টি আৰৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

বৰমা-ধমধমা-তামুলপুৰ পথত পকী দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে বি টি আৰৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ জাৰতালুকত...

জোনমণিৰ মাকে বাৰে বাৰে কৈছিল- মোবাইল ফোনটো ক’লৈ গ’ল?

অসম আৰক্ষীৰ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ পূৰ্বে আৰক্ষী, CID আৰু পিছত CBIয়ে তদন্তৰ নামত কৰি থকা ভেকোভাওনাখন অৱশেষত পোহৰলৈ আহিছে। বুধবাৰে ঘটনাৰ...

BTRৰ যোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ বাবে ব্যাপক অভিযান হাতত লোৱাৰ নিৰ্দেশ

কোকৰাঝাৰত বিটিচিৰ সকলো বিভাগৰ সৈতে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক বিটিআৰ অঞ্চলৰ সকলো যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে ব্যাপক অভিযান হাতত লোৱাৰ নিৰ্দেশ...

গৰিয়া, মৰিয়া, দেশী, চৈয়দ, জলহাৰ উন্নয়ন সাধন কৰাৰ বাবে আর্থ-সামাজিক মূল্যায়ন কৰিব চৰকাৰে

ৰাজ্য চৰকাৰে অসমৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্রদায় গৰিয়া, মৰিয়া, দেশী, চৈয়দ আৰু জলহাৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে আৰ্থ-সামাজিক মূল্যায়ন কৰিব। আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ...

এছিয়ান গেম্ছৰ বক্সিঙৰ ফাইনেলত অসমকন্যা লাভলীনা

হাংঝৌ এছিয়ান গেম্ছত ভাৰতৰ ধ্বজাবাহক আছিল বক্সাৰ লাভলীনা বৰগোহাঁই। এই সন্মানৰ যোগ্য সঁহাৰি জনাই পেৰিছ অলিম্পিকৰ টিকট নিশ্চিত কৰিলে লাভলীনাই। মঙলবাৰে হাংঝৌত থাই বক্সাৰ...

Popular