আঞ্চলিক

মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী

মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী। ২০২১ বৰ্ষত অৱসৰ গ্ৰহণ কৰিলে তেওঁ। নতুন পেঞ্চন নীতি অনুসৰি তেওঁ মাহিলী পায় মাত্ৰ তেৰশ টকা। সেই...

দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ বাবে দায়ী কোন?

দেৰগাঁৱৰ ফ’ৰলেন পথত মৃত্যুৰ কিৰিলীবনভোজলৈ আহি শিহৰণকাৰী দুৰ্ঘটনাত ১২জনৰ মৃত্যুএকেলগে এখন গাঁৱৰ কেইবাটাও পৰিয়াললৈ নামিল অমানিশা। মৃতদেহ সৎ‍কাৰ কৰিবলৈও কোনোটো পৰিয়ালত নাবাচিল এজনো সদস্য।কিন্তু...

বনভোজলৈ বুলি ওলাইছিল গোলাঘাটৰ বছা-ভৰলুৱাৰ ৪৫ জন

পুৱতি নিশা গোলাঘাটৰ দেৰগাঁও বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলী। গোলাঘাটৰ আঠখেলীয়াৰ সমীপৰ বছা-ভৰলুৱা গাঁৱৰ পৰা বনভোজৰ বাবে যোৱা এখন আলট্ৰা বাছৰ মুখামুখী...

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ‘ছানডাকফু’ লৈ এক্সপ্ল’ৰাৰ্ছৰ ট্ৰেকিং অভিযান

নতুন বছৰত ৰাজ্যৰ প্ৰথমটো পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে দুঃসাহসিক ক্ৰী়ড়া সংগঠন এক্সপ্ল'ৰাৰ্ছে । দাৰ্জিলিং হিমালয়ৰ ১২,০০০ ফুট উচ্চতাৰ 'ছানডাকফুত সংগঠনৰ ৮ জনীয়া এটা...

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। কটন কলেজৰ সমীপত চাৰিলেনযুক্ত উৰণসেতুৰ শিলান্যাস। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’ব এই উৰণসেতু। প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতু নিৰ্মাণত...

Popular