আঞ্চলিক

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন।...

আৰক্ষীৰ জালত ৪ গভাইত তেল চোৰ, এতিয়াও আত্মগোপন খলনায়কৰ

নগাঁও আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ ৷ ধৃত তেলচোৰ কেইটা ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিৎ চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়া ৷...

বিজয় উৎসৱ পালনত নাথাকিব কোনো বাধা-নিষেধ : নিৰ্বাচন আয়োগ

৫ ৰাজ্যৰ নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনানিৰ্বাচনৰ বিজয় উৎসৱ পালনত নাথাকিব কোনো বাধা-নিষেধনিৰ্বাচন আয়োগে জাৰি কৰিলে এই নিৰ্দেশনাসকলো প্রাৰ্থীয়ে বিজয় উৎসৱ পালন কৰিব...

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ৪১,৫৩০টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গামৰচতুৰ্দশ ৰাউণ্ডৰ অন্তত গামে পালে ৬৬,০৯৪টা ভোটঅজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে পাইছে ২৪,৫৬৪টা...

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে ২ স্কুলীয়া ছাত্ৰীক, থিতাতে নিহত ছাত্ৰী

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক। এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী গুৰুতৰভাবে আহত হৈছে। বটদ্ৰৱা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন...

Popular