মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ

0 45

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ
৪১,৫৩০টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গামৰ
চতুৰ্দশ ৰাউণ্ডৰ অন্তত গামে পালে ৬৬,০৯৪টা ভোট
অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে পাইছে ২৪,৫৬৪টা ভোট
SUCI(C)ৰ প্ৰাৰ্থী ভাইটি ৰিচঙে পালে ২,২৪৩টা ভোট
মাজুলীত মুঠ NOTA ভোটৰ সংখ্যা ১,৬০৯

Leave A Reply

Your email address will not be published.