আঞ্চলিক

গোলকগঞ্জ বজাৰত মৰেল পুলিচিঙৰ ঘটনা; যুৱকক আক্ৰমণ একাংশ লোকৰ

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জ বজাৰত দিন দুপৰতে এজন যুৱকক একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি,...

নাৰী শক্তিৰ অনন্য নিদৰ্শন: ৰাজমিস্ত্ৰীৰ ৰূপত মাজুলীৰ উদ্যমী মহিলা

পৰম্পৰাগত চিন্তাধাৰাক নেওচি স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে মাজুলীৰ একাংশ উদ্যমী মহিলাই। সচৰাচৰ পুৰুষৰ আধিপত্য থকা নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰখনত খোজ দি...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে দৃশ্যমান ভাৰতীয় ময়ূৰ

অসমৰ বন্যপ্ৰাণী আৰু পক্ষী বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে ভাৰতীয় ময়ূৰ (Indian Peafowl – Pavo cristatus)ৰ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব নামৰূপত উৎপাদিত মিথানল ডিব্ৰুগড়ৰ বগীবিলৰ পৰা বাংলাদেশলৈ মিথানল পৰিবহণৰ জৰিয়তে পুনৰ সজীৱ হ’ব ব্ৰহ্মপুত্ৰৰ জলপথেৰে আন্তঃৰাষ্ট্ৰীয়...

হোজাইৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে

অসম জুডিচিয়েল ছাৰ্ভিচেছ (AJS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হোজাই জিলাৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি হিচাপে ইতিহাস ৰচিলে মহচিনা ইমতিয়াজ লস্কৰে। আজমল ল কলেজৰ প্ৰাক্তন ছাত্ৰী...

Popular