মৰিগাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড

মৰিগাঁৱৰ পৰিয়ালটোক ৰেচন প্ৰদান কৰিব যোগান বিভাগে। আজিৰ ভিতৰত যোগান বিভাগে মৰিগাঁৱৰ দৰিদ্ৰ পৰিয়ালটোক ৰেচন কাৰ্ড প্ৰদান কৰিব। যোগান মন্ত্ৰীৰ নিৰ্দেশত পৰিয়ালটোক দিয়া হ’ব ৰেচন কাৰ্ড। ভেকচিন প্ৰদান কৰিবলৈ যাওঁতে স্বাস্থ্য কৰ্মীক বাধা প্ৰদান কৰিছিল মহিলাগৰাকীয়ে। ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল পৰিয়ালটোৱে, চৰকাৰী চাউল দিলেহে ভেকচিন ল’বলৈ মান্তি হৈছিল।

চৰকাৰী চাউল দিয়ক তেতিয়াহে ভেকচিন লম বুলি মন্তব্য কৰা এটা ভিডিঅ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। NKTVৰ ‘জনসাধাৰণ’ত অনুষ্ঠানত বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰতা। বিভিন্ন দল-সংগঠনে যোগাযোগ কৰিছে চুমী কাঠাৰপীৰ সৈতে। পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিছে দল-সংগঠন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...