ছোনিয়া গান্ধীৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

  • ছোনিয়া গান্ধীৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
  • ধৰ্ষণৰ অভিযোগ পি পি মাধৱনৰ বিৰুদ্ধে
  • অভিযোগকাৰী এগৰাকী ২৬ বছৰীয়া দলিত মহিলা
  • মহিলাগৰাকীয়ে কাম কৰে কংগ্ৰেছ কাৰ্যালয়ত
  • অভিযোগ অনুসৰি তেওঁক দিয়া হৈছিল চাকৰিৰ প্ৰলোভন
  • বিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল মহিলাগৰাকীক
  • ইতিমধ্যে দিল্লীৰ উত্তম নগৰ থানাত দাখিল কৰা হৈছে অভিযোগ
  • অভিযোগ নিদিবলৈও ভাবুকি দিয়া হৈছিল মহিলাগৰাকীক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...