ককাকৰ বাবে বিড়ী কিনিবলৈ গৈ দোকানীৰ কামনাৰ বলি নাবালিকা, আব্দুছ ছাত্তাৰক ফাঁচীৰ দাবী!

ককাকৰ বাবে বিড়ী কিনিবলৈ গৈ দোকানীৰ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগ ১১ বছৰীয়া নাবালিকা। পুনৰ ৰাজ্যত জঘন্য ধৰ্ষণকাণ্ড। ৰূপহীহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাছখাইতি গাঁৱত সন্ধিয়া সময়ত ককায়েকৰ বাবে বিড়ী আনিবলৈ যোৱা ভুক্তভোগী নাবালিকাগৰাকীক দোকানত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ। আব্দুছ ছাত্তাৰ নামৰ লম্পট দোকানীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ধৰ্ষণকাৰী দোকানীৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। ইফালে অভিযুক্ত কাছখাইতি গাঁৱৰ আব্দুছ ছাত্তাৰক ফাঁচীৰ দাবী স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...