যদি PSO নাথাকে, ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য কি থাকিব? ৰমাকান্ত দেউৰীৰ অদ্ভূত মন্তব্য!

PSOক লৈ অদ্ভূত মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। PSO নাথাকিলে জনপ্ৰতিনিধিৰ মৰ্যদা নাথাকিব। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত চিন নাথাকিব। PSO নহ’লে জনপ্ৰতিনিধিৰ ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ।

ৰাইজৰ প্ৰতিনিধিয়ে PSO পোৱাত যুক্তি আছে। বৰ্তমানলৈকে PSO হ্ৰাস কৰিবলৈ কোনো নিৰ্দেশনা অহা নাই বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ’ল ডাইনীকাণ্ড

ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ'ল ডাইনীকাণ্ড।...

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ পৰা উফৰি...

ৰোহিত শৰ্মাক ‘শকত’, ‘অদক্ষ অধিনায়ক’ বুলি কোৱা কংগ্ৰেছ নেত্ৰীয়ে অৱশেষত খেলুৱৈজনক জনালে অভিনন্দন

কংগ্ৰেছ নেত্ৰী শামা মোহাম্মদে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলৰ খিতাপ...

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ: ৰতন টাটাই কিদৰে গঢ়ি তুলিলে টাটা মটৰ্ছক?

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ, আৰু ৰতন টাটাই টাটা মটৰ্ছক...