গৌৰৱময় ইতিহাস প্ৰতিষ্ঠাৰে অযোধ্যাপুৰীত ৰাম মন্দিৰ

ভকতৰ ভকতিৰ নিজৰা এতিয়া অনিৰুদ্ধভাৱে বৈছে অযোধ্যাত। অযোধ্যাৰ অলিয়ে গলিয়ে কেৱল মানুহ আৰু মানুহ। হিল দ’ল ভঙা মানুহৰ ভিৰত উৱাদিহ পোৱা নাই বহুতে। ৰাম লালাৰ দৰ্শনৰ বাবে খাপ পিটি ৰৈছে ৰাইজ ৰাতি দুপৰৰ পৰাই। অযোধ্যা নগৰীত এতিয়া বিশেষ চৰ্চালৈ আহিছে ১১১ গৰাকী দৰ্শনাৰ্থী। হাতে হাতে শংখ লৈ অহৰহ নাদ দিছে এই দলটোৱে। তেওঁলোক নো কোন?

যেনিয়েই চাই তেনিয়েই মানুহেই মানুহ
গৌৰৱময় ইতিহাস প্ৰতিষ্ঠাৰে অযোধ্যাপুৰীত ৰাম মন্দিৰ
দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰাম মন্দিৰৰ দ্বাৰ
পুৱতি নিশাৰ কুৱলী আবৃত পৰিৱেশত ভক্তৰ লানি
জনসমুদ্ৰৰ মাজতে শংখবাদকে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ
১১১ গৰাকী শংখবাদকে একত্ৰে বজালে শংখ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...