প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ ‘বীৰ পাংৰাও’ বঁটা

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়ালৈ মৰণোত্তৰভাৱে ‘বীৰ পাংৰাও’ বঁটা। টাইপাই অহা ৩০ জানুৱাৰীত প্ৰদান কৰিব এই সন্মান। মে-ডাম-মে-ফিৰ অনুষ্ঠানত ৰাজীৱ শদিয়াৰ পৰিয়ালক প্ৰদান কৰিব সন্মান। আমগুৰিৰ লালিম চাপৰিত অনুষ্ঠিত হ’ব টাইপাৰ মে-ডাম-মে-ফিৰ অনুষ্ঠান।

শিৱসাগৰত আনুষ্ঠানিকভাৱে ঘোষণা টাই আহোম যুৱ পৰিষদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...