ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী। ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে কেইবাদিনে ব্যাহত কৰিছিল জনজীৱন। আহিনৰ প্ৰথমজাক বৰষুণে কিছু সকাহ দিছিল ৰাজ্যবাসীক। ইয়াৰ পাছতে ধাৰাবাহিক বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে পাতলীয়া বৰষুণ। বংগোপসাগৰত হোৱা নিম্ন চাপৰ বাবে উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা। সোমবাৰে অহা বৰষুণজাকে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰিলে বিস্তৰ ক্ষতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...