আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰিব তিনিচুকীয়াৰ স্কাইলেণ্ড ৰিজ’ৰ্টকাণ্ডৰ

তিনিচুকীয়াৰ স্কাইলেণ্ড ৰিজ’ৰ্টৰ ঘটনা সন্দৰ্ভত আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ। ২৬ জানুৱাৰীত সংঘটিত হৈছিল শোকাৱাহ ঘটনা। পেৰাচাইলিঙৰ সময়ত সংঘটিত দুৰ্ঘটনাত মৃত্যু হৈছিল পংকজ গগৈ নামৰ যুৱকৰ। ইয়াৰ পিছতেই তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতিক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। এই তদন্তৰ আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ। জিলা উপায়ুক্ত কাৰ্যালয়ত গ্ৰহণ কৰা হ’ব সাক্ষ্য। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব সাক্ষ্য গ্ৰহণ। প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব তদন্তকাৰী দলে। বৰ্তমানো পলাতক স্কাইলেণ্ড ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...