আজিৰে পৰা দাম বাঢ়িল মেগীৰ

আজিৰে পৰা দাম বাঢ়িল মেগীৰ। দুটকাকৈ দাম বাঢ়িল মেগীৰ। নেচলে ইণ্ডিয়াই ঘোষণা কৰিছে এই কথা। দুটকাকৈ মেগীৰ দাম বৃদ্ধি ঘোষণা কোম্পানীটোৰ। আজিৰে পৰা ৯ৰ পৰা ১৬ শতাংশলৈ বৃদ্ধি পালে মেগীৰ দাম। এতিয়াৰে পৰা ৭০ গ্ৰাম মেগী পেকেটৰ দাম ১২ টকাৰ পৰা বৃদ্ধি পালে ১৪ টকালৈ। ১৪০ গ্ৰাম ওজনৰ মেগীৰ দাম ৩ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ৫৬০ গ্ৰাম ওজনৰ পেকেটৰ দাম ৯৬ টকাৰ পৰা ১০৫ টকালৈ বৃদ্ধি পালে। কেৱল মেগীয়েই নহয়, ব্লু কফী, তাজমহল চাহ, ব্ৰুক বণ্ড চাহৰ দামৰো বৃদ্ধি পালে দৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...