অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা জোৱানৰ বাবে ৰাষ্ট্ৰপতি পদক

প্ৰতি বছৰে দেশৰ গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অগ্নি নিৰ্বাপক সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিপদক আৰু বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকৰ লগতে বীৰত্ব পদক আৰু মেধাৱী সেৱা পদক প্ৰদান কৰা হয়।

২০২১ বৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে, ৮৬জন জোৱানক অগ্নি সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ২৬জন জোৱানক বীৰত্বৰ বাবে অগ্নি সেৱা পদক প্ৰদান কৰা হৈছে। বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ অগ্নি নিৰ্বাপক সেৱা পদক ১০জন কৰ্মচাৰীক প্ৰদান কৰা হৈছে আৰু ৫০জন জোৱানক মেধাৱী সেৱাৰ বাবে অগ্নি সেৱা পদক প্ৰদান কৰা হয়।

তদুপৰি, ৫৫ জন জোৱানক গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত, বিশিষ্ট সেৱা আৰু গৃহৰক্ষীৰ বাবে ৰাষ্ট্ৰপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদক আৰু মেধাৱী সেৱাৰ বাবে অসামৰিক প্ৰতিৰক্ষা পদক ক্ৰমান্বয়ে ৫ জন কৰ্মচাৰী আৰু ৫০ জন কৰ্মচাৰীক প্ৰদান কৰা হয়।

The list of Fire Service Medals and  Home Guards & Civil Defence Medals awardees are enclosed as Annexure. 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...