বাংলাদেশত বিজয় দিৱস উদযাপন, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৰে অংশগ্ৰহণ

পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে বাংলাদেশে। এই উপলক্ষে ৰাজধানী ঢাকাৰ লগতে সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰে বিজয় দিৱস উদযাপন কৰা হয়। বাংলাদেশৰ এই বিজয় দিৱস আৰু মুজিব বৰ্ষ উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত এই বিজয় উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত, ভূটান, আমেৰিকা, ৰাছিয়া আৰু মেক্সিকোৰ সেনা জোৱানসকলে।

ঢাকাত উলিওৱা বিশেষ সামৰিক পেৰেডত অংশগ্ৰহণ কৰে বিভিন্ন দেশৰ জোৱানসকলে। বাংলাদেশৰ জাতীয় সংসদত বিজয় দিৱস উপলক্ষে অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাষণ দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...