৩দিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰপতি

৩দিনীয়া ভ্ৰমণ সূচীৰে বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। বাংলাদেশৰ ৰাজধানী ঢাকাৰ হোটেল সোণাৰগাঁৱত ৰামনাথ কোবিন্দে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত।

সময়সূচী অনুসৰি, প্ৰধানমন্ত্ৰীৰ কনভয় আবেলি ৪.৩০ বজাত প্ৰৱেশ কৰে সোণাৰগাঁৱত। সেই হোটেলতে বাংলাদেশ-ভাৰত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয়ত আলোচনা কৰে ৰামনাথ কোবিন্দ আৰু শ্বেইখ হাছিনা।

বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদৰ আমন্ত্ৰণত ভাৰতৰ ৰাষ্ট্ৰপতি বুধবাৰে পুৱা তিনিদিনীয়া সূচীৰে উপস্থিত হয়গৈ ঢাকাত।

বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে ইতিমধ্যে জনাইছে যে বাংলাদেশত দ্বিপাক্ষিক বিষয়ত ভাৰতৰ সৈতে হ’ব মুকলি আলোচনা।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...