৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি?

আজি ৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু হাৰিয়ানাৰ এই ৰাজ্যসভা আসনসমূহৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। নিৰ্বাচন আয়োগে দেশৰ ১৫খন ৰাজ্যৰ ৫৭খন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত ৪১খন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হয় প্ৰতিনিধিসকল। এই আসনসমূহৰ ভিতৰত বিজেপিৰ দখলত আছে ২৩খন আৰু কংগ্ৰেছৰ দখলত ৮খন। বাকী আসনসমূহ আছে আন দলসমূহৰ নিয়ন্ত্ৰণত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...