তিনি বস্তা বগা চন্দনৰ কাঠ জব্দ আৰক্ষীৰ

ডবকাৰ নাহৰগাঁৱত আৰক্ষীৰ অভিযান। তিনি বস্তা বগা চন্দনৰ কাঠ জব্দ আৰক্ষীৰ। হিলাল আহমেদ, কামৰুল ইছলাম আৰু আব্দুল আহাদক গ্ৰেপ্তাৰ আৰক্ষীৰ।

প্ৰায় ৯১ কিলোগ্ৰাম সন্দেহজনক বগা চন্দন জব্দ। চন্দন কাঠখিনি ক’ৰ পৰা ক’লৈ সৰবৰাহ হয় সেয়া অজ্ঞাত। আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব তথ্য। বৰ্তমান ডবকা আৰক্ষীয়ে চলাই আছে জেৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...