ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান।

নতুন কাঠমি, বগুৰিগুৰীত অভিযানত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী। নগৰবেৰা আৰু টুপামাৰী আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ২। গ্ৰেপ্তাৰ গিয়াছ উদ্দিন, আজাদ ছাইফুল নামৰ চাইবাৰ অপৰাধী। জব্দ বেংক পাছবুক, ATM Card, চেকবুক, উকা চেক ইত্যাদি। নগৰবেৰা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বৰ্তমানলৈ ২৩ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
