আৰক্ষীৰ জালত ৪ গভাইত তেল চোৰ, এতিয়াও আত্মগোপন খলনায়কৰ

নগাঁও আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ ৷ ধৃত তেলচোৰ কেইটা ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিৎ চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়া ৷ এই তেল চুৰি চক্ৰটোয়ে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নগাঁও বাইপাছৰ কৃষ্ণাইখাটত অইল ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ কাটি চুৰি কৰিছিল তেল ৷ পিছত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯ত ৰুজু হোৱা ২৪৩/২০২২ নম্বৰ গোচৰৰ তদন্ত কৰি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গভাইত তেল চুৰি চক্ৰটোক। ইফালে তেল চুৰি চক্ৰটোক নেতৃত্ব দিয়া অপৰাধীটোয়ে মেঘালয়ত আত্মগোপন কৰাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...