ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী

ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী। বিনিয়োগকাৰী, আন্তঃগাঁথনি সন্মিলনত অংশ ল’ব মোদীয়ে। দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি আমন্ত্রণ মুখ্যমন্ত্রীৰ। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব এই সন্মিলন। বিশাল ঝুমুৰ নৃত্য প্রদৰ্শনলৈও প্রধানমন্ত্ৰী মোদীক আমন্ত্রণ। ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ সন্দৰ্ভতো প্রধানমন্ত্ৰীৰে আলোচনা। দিল্লীত কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রীকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। বিনিয়োগ-আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্রণ এছ জয়শংকৰক। দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দিল্লীত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্র মাৰ্ঘেৰিটাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...