প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ সৃষ্ট পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। অহা ৯ মে’ত সম্পূৰ্ণ হ’ব দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ বিজয়ৰ ৮০ বছৰ। মস্কোৱে ৯ মে’ত অনুষ্ঠিত কৰিব বিজয় দিৱস। এই অনুষ্ঠানত যোগ দিয়াৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীৰ। পেহেলগামৰ ঘটনাৰ পিছতে সম্পৰ্কৰ অৱনতি ভাৰত-পাকিস্তানৰ। উপমহাদেশত আৰম্ভ হৈছে পুনৰ এক যুদ্ধৰ উকমুকনি। এনে পৰিস্থিতিত ৰাছিয়া ভ্ৰমণ বাতিল কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...