তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ড আৰু শ্ৰীলংকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ড আৰু শ্ৰীলংকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা মোদী। ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব এই সন্মিলন। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰে মোদী মিলিত হ’ব আলোচনাত। দুই দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা। বেংককৰ পৰা প্ৰধানমন্ত্ৰী মোদী ৰাওনা হ’ব শ্ৰীলংকালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...