ভয়ংকৰ বিমান দুৰ্ঘটনা, মৃত্যু ১৪জনৰ

এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ। যিটো দুৰ্ঘটনাত মৃত্যু হৈছে ১২জনকৈ লোকৰ।

এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰাজিলত। ব্ৰাজিলৰ আমাজন অৰণ্যত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। ব্ৰাজিলৰ বাৰ্চিলচত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত চালকসহ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...