GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

  • GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন
  • নগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন
  • ২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগ
  • চাৰিওখন নিগম-নিকায়ত কমেও ৫০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ
  • ঠিকা প্ৰদানৰ নামতে প্ৰায় ৭০ কোটি টকা আত্মসাতৰ অভিযোগ PILত
  • কেলেংকাৰিৰ অভিযোগ সন্দৰ্ভত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ
  • ৬ সপ্তাহৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিব লাগিব সবিশেষ প্ৰতিবেদন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...