পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ

পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ। প্ৰত্যাহাৰ ঘোষণা নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছোচিয়েশ্যনৰ। ৪৮ ঘণ্টীয়া পেট্ৰল পাম্প বন্ধ ৰখাৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল। ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ ৪৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে। IOCL, HPCL, BPCLৰে বৈঠকৰ অন্তত বন্ধ প্ৰত্যাহাৰ সংগঠনটোৰ। দাবী পূৰণৰ বাবে ১৫ এপ্ৰিললৈকে সময়সীমা বান্ধি দিলে পেট্ৰ’লিয়াম ডিলাৰ্ছ এছোচিয়েশ্যনে। ৰাজ্য চৰকাৰেও তৈলক্ষেত্ৰত ধৰ্মঘট নিষিদ্ধ কৰি দিছিল জাননী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...