বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে : মুখ্যমন্ত্ৰী

৫ সমষ্টিত বৃহৎ জয়ৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল
বিজেপিৰ ফলাফল অতি চমকপ্ৰদ: মুখ্যমন্ত্ৰী
অভূতপূৰ্ব জনাদেশৰ বাবে ৰাইজক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণ কৰিম: মুখ্যমন্ত্ৰী
অসমৰ আৰু দুই, তিনিটা সমষ্টিত ৰাইজে উপ নিৰ্বাচন বিচাৰে
কালি নিশা ১০.৩০ বজালৈ ১০–১২ জন কংগ্ৰেছৰ বিধায়কে মোলৈ ফোন কৰিছিল
কেওজন বিধায়কে কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি মোক জনাইছিল
আমাৰ চৰকাৰখনৰ ওপৰত ৰাইজৰ আস্থা এই উপ নিৰ্বাচনে প্ৰতিপন্ন কৰিলে
বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে
হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ
সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...