বসন্তৰ আগমন, গাঁৱে গাঁৱে চলিছে বিহুৰ আয়োজন

হেঁপাহৰ বহাগৰ বিহুলৈ মাজত মাথোঁ এটা মাহ। শীতে বিদায় লোৱাৰ সময়তে ৰাজ্যজুৰি চলিছে বসন্তক আদৰাৰ প্ৰস্তুতি।

গাঁৱে গাঁৱে শিপিনীয়ে তাতৰ শালত ব্যস্ত হৈ পৰিছে বিহুৱান প্ৰস্তুত কৰাত।

তাঁতৰ খিটিক-খিটিক শব্দৰে মুখৰিত হৈ পৰিছে গাঁৱৰ আকাশ বতাহ। ব্যস্ততাৰ অন্ত নাই শিপিনীৰ।

নাজিৰাতো গ্ৰাম্যাঞ্চলত দেখা গৈছে একেই পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...