প্ৰশাসনৰ লোকে নিশাই বাকচ সলনি কৰি হৰুৱাইছিল BPFক : হাগ্ৰামা মহিলাৰী

ওদালগুৰিত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক অভিযোগ

  • বাকচ সলনি কৰিছিল BTC নিৰ্বাচনত
  • প্ৰশাসনৰ লোকে নিশাই বাকচ সলনি কৰি হৰুৱাইছিল BPFক
  • BTCত সকলো লোকে মাটিৰ কিনা-বেচাৰ অধিকাৰ পাব লাগে
  • অনা বড়ো বা জনজাতীয় লোকৰ বাহিৰে সাধাৰণ লোকৰ বাবেও মাটিৰ অধিকাৰ মুকলি কৰিব লাগে।
  • নহ’লে প্ৰমোদ বড়ো চৰকাৰৰ সিদ্ধান্তৰ বাবে পুনৰ আন্দোলনৰ সূচনা হ’ব।
  • প্ৰমোদ বড়োৱে চৰকাৰ চলাবলৈ নোৱাৰা বাবেই উপায়ুক্তসকললৈ ক্ষমতা হস্তান্তৰ কৰিব লগীয়া হৈছে।
  • প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগে চৰকাৰী আঁচনিত ৩০-৩৫ শতাংশলৈ কমিচনৰ বজাৰ চলা বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...